ইগাবা মুঁ (Deori) [ Roman: i.ga.ba.mun]
    Contributed by: Barnali Deuri Bora on 2011-04-01
    1. (Proper Adj.-Common) Widely known and esteemed বহুলোকে জনা আৰু সন্মান কৰা
    Assamese:
    কীৰ্তিমন্ত কীৰ্তিমান কীৰ্ত্তিমন্ত কীৰ্ত্তিমান কুলজন খিতপীয়া খ্যাত খ্যাতনামা খ্যাতাপন্ন খ্যাতিমন্ত খ্যাতিমান খ্যাতিসম্পন্ন খ্যাতিৱান জনা-বুজা জনা-শুনা জনাজাত জলজীয়াত নামজলা নামজাদা নামজ্বলা নামডাক নামলব্ধ নামী প্ৰখ্যাত প্ৰজ্ঞাত প্ৰতিপত্তিশালী প্ৰতিষ্ঠিত প্ৰথিত প্ৰথিতযশা প্ৰসিদ্ধ প্ৰৌঢ়ী বিখ্যাত বিশ্ৰুত মুধাফুটা মূধাফুটা যশস্বান যশস্বী যশস্যাযুক্ত যশস্যাশালী যশস্যাৱন্ত যশোধন যশোমণ্ডিত যশোৱন্ত যশোৱান্ যশৱন্ত লব্ধপ্ৰতিষ্ঠ শবদিয়াল শিৰফুটা সুখ্যাত সুপ্ৰসিদ্ধ সুপৰিচিত সুবিখ্যাত সুবিদিত সুযশা স্বনাম-প্ৰসিদ্ধ স্বনামধন্য সৰ্বজন-সমাদৃত সৰ্বজনজ্ঞাত সৰ্বজনবিদিত ৰজনজনা
    Mising:
    Khasi:
    Meeteilon:
    Santali:
    TAI-Khamti:

    Antonyms:

    a. Proper Adj.: obscureunknownঅখ্যাতঅপ্ৰখ্যাতঅপ্ৰসিদ্ধ...

    Different POS:

    b. Abstract Noun: celebrityfamereputationকীৰিতিকীৰ্ত্তি...

    Super Idea:

    c. Proper Adj.-Common: world famousজগদ্বিখ্যাতবিশ্ববিখ্যাতবিশ্ববিশ্ৰুতबुहुमनि मुंदांखा...
    Contributed by: Himasri Das on 2022-11-12
    2. (Abstract Noun) the state or quality of being widely honored and acclaimed বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা